Monday, January 13, 2020

নিখিল ৰাভা ছাত্ৰ সন্থাৰ ১৭তম্‌ দ্বি–বাৰ্ষিক অধিবেশন

0 comments

প্ৰকাশিত তাৰিখঃ ১৩ জানুৱাৰী, ২০২০ 

 

নিখিল ৰাভা ছাত্ৰ সন্থাৰ ১৭তম্‌ দ্বিবাৰ্ষিক আৰু নিখিল ৰাভা মহিলা পৰিষদৰ দশম দ্বিবাৰ্ষিক অধিবেশন। যোৱা ৯, ১০ আৰু ১১ জানুৱাৰী ২০২০ চনত ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ প্ৰাণকেন্দ্ৰ গোৱালপাৰা জিলাৰ দুধনৈত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত অধিবেশনৰ বিভিন্ন আলোকচিত্ৰ। 













ফটোঃ প্ৰভাত ৰাভা, ষ্টাফ ফটোগ্ৰাফাৰ

Pix: Prabhat Rabha, Staff Photographer

 


No comments:

Post a Comment