Monday, December 23, 2019

উখল –মাখল ৰাণী বজাৰ

0 comments

প্ৰকাশিত তাৰিখঃ ২৩ ডিচেম্বৰ, ২০১৯

 

সমুখত বৰদিন। এই বৰদিন উপলক্ষে গুৱাহাটীৰ পাৰ্শ্বৱৰ্তী ৰাণী বজাৰ উখলমাখল। চুবুৰীয়া ৰাজ্য মেঘালয়ৰ ৰিভয় জিলাৰ পশ্চিম কোণত বসবাস কৰা খাছি জনগোষ্ঠীৰো মূল বাণিজ্যিক কেন্দ্ৰ হ’ল এই ৰাণী বজাৰ।  





ফটোঃ প্ৰভাত ৰাভা, ষ্টাফ ফটোগ্ৰাফাৰ

Pix: Prabhat Rabha, Staff Photographer


No comments:

Post a Comment