Monday, December 9, 2019

‘ডুলি’ কৃষকে ধান মজুত ৰখাৰ এবিধ উৎকৃষ্ট আহিলা

0 comments

প্ৰকাশিত তাৰিখঃ ৯ ডিচেম্বৰ, ২০১৯

 


‘ডুলি’ কৃষকে ধান মজুত ৰখাৰ এবিধ উৎকৃষ্ট আহিলা। এই আহিলাবিধ পাহাৰুৱা দলৈ বাঁহৰ পৰা নিৰ্মাণ কৰা হয়। পৰম্পৰাগত এই আহিলাবিধ নিৰ্মাণৰ লগত কাৰ্বি আৰু গাৰো জনগোষ্ঠীৰ লগত জড়িত। গুৱাহাটীৰ পাৰ্শ্বৱৰ্তী ৰাণী বজাৰত বিক্ৰীৰ বাবে ৰখা অৱস্থাত ডুলিৰ ফটো গ্ৰহণ কৰিছে আমাৰ প’ৰ্টেলৰ ষ্টাফ ফটোগ্ৰাফাৰ প্ৰভাত ৰাভাই

 


No comments:

Post a Comment