Monday, November 25, 2019

ৰবি শস্যৰ বীজ বিতৰণ অনুষ্ঠান

0 comments

প্ৰকাশিত তাৰিখঃ ২৫ নৱেম্বৰ, ২০১৯





অসম চৰকাৰৰ কৃষি বিভাগৰ সৌজন্যত ৰবি শস্যৰ বীজ বিতৰণ অনুষ্ঠান, ২৫ নৱেম্বৰ সোমবাৰে কামৰূপ জিলাৰ ৰাণী কৃষি চক্ৰৰ কাৰ্যালয়ত।

 

ফটোঃ চানডুবি নিউজ

Pix: Chandubi News


No comments:

Post a Comment