Monday, December 10, 2018

বিশ্ব ভূমি দিৱস

0 comments
কৃষি বিজ্ঞান কেন্দ্ৰ, কামৰূপ আৰু অসম কৃষি বিশ্ববিদ্যালয়, কাঁহিকুছি চৌহদৰ দ্বাৰা যোৱা ৬ নৱেম্বৰ বৃহস্পতিবাৰে বৰিহাটৰ শিক্ষক ভৱন প্ৰেক্ষাগৃহত ‘বিশ্ব ভূমি দিৱস’ উপলক্ষে আয়োজিত কৃষক সজাগতা সভাৰ কেইটিমান দৃশ্য।

[gallery link="file" columns="2" size="large" ids="3993,3995"]

আলোকচিত্ৰঃ নীৰেন্দ্ৰ প্ৰসাদ ৰাভা 

No comments:

Post a Comment