Thursday, March 8, 2018

অসম লোকসেৱা আয়োগত পদ খালী

0 comments
অসম চৰকাৰৰ বন আৰু পৰিবেশ বিভাগত খালী হোৱা ফৰেষ্ট ৰেঞ্জাৰ্চ পদত নিযু্ক্তিৰ অসম লোকসেৱা আয়োগে ভাৰতীয় নাগৰিক প্ৰাৰ্থীৰ পৰা আবেদন পত্ৰ আহ্বান কৰিছে। ইচ্ছুক আৰু অৰ্হতাসম্পন্ন প্ৰাৰ্থীসকলে উক্ত পদত নিযুক্তিৰ বাবে আবেদন কৰিব পাৰে। আবেদনৰ অন্তিম তাৰিখঃ ৪ এপ্ৰিল, ২০১৮।   

খালী হোৱা পদৰ সবিশেষ

পদৰ নামঃ ফৰেষ্ট ৰেঞ্জাৰ্চ

পদৰ সংখ্যাঃ ৫০টা  

পে’ বেণ্ডঃ ২২,০০০–৮৭,০০০ টকা, গ্ৰেড পে’: ১০,৩০০ টকা

শিক্ষাগত অৰ্হতাঃ বিজ্ঞান অথবা কাৰিকৰী বিষয়ৰ স্নাতক ডিগ্ৰী বা সমপৰ্যায়ৰ

(বিষয়ঃ ১/ এগ্ৰিকালচাৰ ২/ ব’টানী ৩/ কেমিষ্ট্ৰী ৪/ কম্পিউটাৰ এপ্লিকেচনচ/ কম্পিউটাৰ ছায়েন্স ৫) ইঞ্জিনীয়াৰিং (এগ্ৰিকালচাৰ/ কেমিকেল/ চিভিল/ কম্পিউটাৰ/ ইলেক্ট্ৰিকেল/ ইলেকট্ৰনিক্স/ মেকানিকেল) ৬) এনভাইৰণমেণ্টেল ছায়েন্স ৭) ফৰেষ্ট্ৰী ৮) জিঅ’লজী ৯) হৰ্টিকালচাৰ ১০) মেথমেটিক্চ ১১) ফিজিক্স ১২) ষ্টেটিছটিক্‌চ ১৩) ভেটেৰিনেৰী ছায়েন্স ১৪) জু’লজী)   

বয়সৰ পৰিসীমাঃ ২১–৪৩ বছৰ

সবিশেষ জানিবৰ বাবে বিভাগীয় ৱেৱচাইট চাওঁকঃ www.apsc.nic.in

বিজ্ঞাপন চাবৰ বাবে >> << ক্লিক কৰক >>

 

আবেদন পত্ৰ পঠিওৱাৰ ঠিকনা

To

The Deputy Secretary

Assam Public Service Commission, Jawaharnagar, Khanapara

Guwahati-22

No comments:

Post a Comment