Friday, March 16, 2018

কামৰূপ মহানগৰ জিলাত পদ খালী

0 comments
কামৰূপ মহানগৰ জিলাত খালী হোৱা পদত সম্পূৰ্ণ ঠিকা ভিত্তিত পূৰাবলৈ এক সাক্ষাৎকাৰ আহ্বান কৰিছে। ইচ্ছুক আৰু অৰ্হতাসম্পন্ন প্ৰাৰ্থীসকলে উক্ত সাক্ষাৎকাৰত উপস্থিত থাকিব পাৰে।        

খালী হোৱা পদৰ সবিশেষ

১] পদৰ নামঃ প্ৰগাম মেনেজাৰ

পদৰ সংখ্যাঃ ১ টা  

পাৰিতোষিকঃ ১৮,০০০ টকা প্ৰতিমাহে

শিক্ষাগত অৰ্হতাঃ চৰকাৰী স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা পোষ্ট গ্ৰেজুৱেট   

সাক্ষাৎকাৰৰ তাৰিখঃ ৫ মে’ ২০১৮

সাক্ষাৎকাৰৰ স্থানঃ জিলা উপায়ুক্তৰ কনফাৰেন্স হল (মহানগৰ জিলা)

২] পদৰ নামঃ এণ্ট্ৰি অপাৰেটৰ

পদৰ সংখ্যাঃ ১ টা  

পাৰিতোষিকঃ ৯,০০০ টকা প্ৰতিমাহে

শিক্ষাগত অৰ্হতাঃ চৰকাৰী স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা গ্ৰেজুৱেট   

সাক্ষাৎকাৰৰ তাৰিখঃ ৬ এপ্ৰিল’ ২০১৮

সাক্ষাৎকাৰৰ স্থানঃ জিলা উপায়ুক্তৰ কনফাৰেন্স হল (মহানগৰ জিলা)

বসয়ৰ পৰিসীমাঃ ১৮–৩৮ বছৰ (অসংৰক্ষিত প্ৰাৰ্থীৰ ক্ষেত্ৰত), ১৮–৪১ বছৰ (অবিচি/ এমঅবিচি প্ৰাৰ্থীৰ ক্ষেত্ৰত), ১৮–৪৩ বছৰ (এছ চি/ এছ টি/ প্ৰাৰ্থীৰ ক্ষেত্ৰত)

শিক্ষাগত অৰ্হতাঃ চৰকাৰী স্বীকৃতিপ্ৰাপ্ত বোৰ্ড/ কাউঞ্চিল/ ইউনিভাৰ্চিটিৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ

সবিশেষ জানিবৰ বাবে বিজ্ঞাপনটো চাওঁক >> << ক্লিক কৰক >>

No comments:

Post a Comment