Monday, March 19, 2018

অসম লোকসেৱা আয়োগত পদ খালী

0 comments
অসম চৰকাৰৰ জন সংযোগ বিভাগত খালী হোৱা পদত নিযু্ক্তিৰ অসম লোকসেৱা আয়োগে ভাৰতীয় নাগৰিক প্ৰাৰ্থীৰ পৰা আবেদন পত্ৰ আহ্বান কৰিছে। ইচ্ছুক আৰু অৰ্হতাসম্পন্ন প্ৰাৰ্থীসকলে উক্ত পদত নিযুক্তিৰ বাবে আবেদন কৰিব পাৰে। আবেদনৰ অন্তিম তাৰিখঃ ১৭ এপ্ৰিল, ২০১৮।   

খালী হোৱা পদৰ সবিশেষ

পদৰ নামঃ ছিনিয়ৰ ইনফৰমেচন এণ্ড পাব্লিক ৰিলেচন অফিচাৰ

পদৰ সংখ্যাঃ ৬ টা  

দৰমহাঃ ৩০,০০০–১,১০,০০০ টকা, গ্ৰেড পে’: ১৩,৯০০ টকা

শিক্ষাগত অৰ্হতাঃ চৰকাৰী স্বীকৃতিপ্ৰাপ্ত শিক্ষানুষ্ঠানৰ পৰা যিকোনো বিষয়ত স্নাতক ডিগ্ৰী

বয়সৰ পৰিসীমাঃ ২১–৩৮ বছৰ (০১/ ০১/ ২০১৮) এছ চি/ এছ টি প্ৰাৰ্থীসকলৰ বাবে ৫ বছৰৰ ৰেহাই

সবিশেষ জানিবৰ বাবে বিভাগীয় ৱেৱচাইট চাওঁকঃ www.apsc.nic.in

বিজ্ঞাপন চাবৰ বাবে >> << ক্লিক কৰক >>

http://chandubinews.com/wp-content/uploads/2018/03/APSC_Advt_06_2018_17_March_2018.pdf

আবেদন পত্ৰ পঠিওৱাৰ ঠিকনা

To

The Deputy Secretary

Assam Public Service Commission, Jawaharnagar, Khanapara

Guwahati-22

No comments:

Post a Comment