Wednesday, January 10, 2018

চি আই এছ এফত পদ খালী

0 comments
কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনী (চি আই এছ এফ)ত খালী হোৱা পদ পূৰাবলৈ ভাৰতীয় নাগৰিক প্ৰাৰ্থীৰ পৰা আবেদন পত্ৰ বিছাৰিছে। ইচ্ছুক আৰু অৰ্হতাসম্পন্ন প্ৰাৰ্থীসকলে উক্ত পদত নিযুক্তিৰ বাবে আবেদন কৰিব পাৰে। আবেদনৰ অন্তিম দিনঃ ৭ ফেব্ৰুৱাৰী, ২০১৮।

খালী হোৱা পদৰ সবিশেষ

1] পদৰ নামঃ হেড কনিষ্টবল 

পদৰ সংখ্যাঃ ৬০টা

2] পদৰ নামঃ কনিষ্টবল 

পদৰ সংখ্যাঃ ১৮১ টা

বয়সৰ পৰিসীমাঃ ১৮–২৫ বছৰ (০৭–০২–২০১৮)। চৰকাৰী বিধি অনুসৰি এছ চি/ এছ টি আৰু অবিচি সকলৰ বয়স ৰেহাইৰ ব্যৱস্থা।

শিক্ষাগত অৰ্হতাঃ যিকোনো চৰকাৰী স্বীকৃতিপ্ৰাপ্ত শিক্ষানুষ্ঠানৰ পৰা ১০ + ২ উত্তীৰ্ণ।

অনলাইন আবেদনৰ বাবে চাওঁক >> www.recruitment.itbpolice.nic.in 

বিজ্ঞাপন চাবৰ বাবে >> << ক্লিক কৰক >>

No comments:

Post a Comment