Monday, December 18, 2017

ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণত পদ খালী

0 comments
প্ৰকাশিত তাৰিখঃ ১৮ ডিচেম্বৰ’ ২০১৭

ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণত খালী হোৱা পদত নিযুক্তিৰ বাবে প্ৰাৰ্থীৰ পৰা আবেদন পত্ৰ আহ্বান কৰিছে। উপযুক্ত প্ৰাৰ্থীসকলে উক্ত পদত নিযুক্তিৰ বাবে অনলাইনযোগে আবেদন কৰিব পাৰে। আবেদনৰ অন্তিম তাৰিখ অহা ১ জানুৱাৰী’ ২০১৮।

পদৰ সবিশেষঃ

পদৰ নামঃ কনিষ্ঠ সহায়ক জুনিয়ৰ এছিছটেণ্ট (ফায়াৰ ছাৰ্ভিচ)

পদৰ সংখ্যাঃ ৬৯ টা

বয়সৰ পৰিসীমাঃ ১৮–৩০ বছৰ (২০১৮ চনৰ ১৫ জানুৱাৰী) অনুসূচীত জাতি/ অনুসূচীত জনজাতিৰ বাবে ৫ বছৰ আৰু অন্যান্য পিচপৰা শ্ৰেণীৰ প্ৰাৰ্থীৰ বাবে ৩ বছৰ ৰেহাই ব্যৱস্থা আছে।

দৰমহাৰ নিৰিখঃ মাহিলি ১২,৫০০–২৮,৫০০/-

 শিক্ষাগত অৰ্হতাঃ প্ৰাৰ্থী ৫০% নম্বৰসহ দ্বাদশ শ্ৰেণী উত্তীৰ্ণ নতুবা চৰকাৰী স্বীকৃতিপ্ৰাপ্ত যিকোনো প্ৰতিষ্ঠানৰ পৰা  ফায়াৰ/ মেকানিকেল/ অটোম’বাইলত তিনি বছৰীয়া ডিপ্ল’মাধাৰী হ’ব লাগিব।

অনলাইন আবেদনৰ বাবে চাওঁক >>

<< https://www.aai.aero/en/careers/recruitment >>

No comments:

Post a Comment