Monday, December 11, 2017

আলোকচিত্ৰ

0 comments
 

প্ৰকাশিত তাৰিখঃ ১১ ডিচেম্বৰ’ ২০১৭

আঘোণৰ পথাৰত ব্যস্ত জনজাতি কৃষক, অসম–মেঘালয় সীমান্তৱৰ্তী নুমলি পথাৰত। নুমলি পথাৰ কাৰ্বি জনগোষ্ঠীৰ বসতি প্ৰধান আৰু পশ্চিম গুৱাহাটী, কামৰূপ মহানগৰ জিলাৰ অন্তৰ্গত। যদিও সৰ্বদিশৰ উন্নয়নৰ পৰা বঞ্চিত উক্ত গাঁওখন।

[gallery link="file" columns="2" ids="2772,2773,2774,2775,2776,2777,2778,2779"]

আলোকচিত্ৰঃ বীৰেন্দ্ৰ ৰাভা

Picture: Birendra Rabha

No comments:

Post a Comment