Tuesday, December 19, 2017

অসম চৰকাৰৰ স্বাস্থ্য সঞ্চালকালয়ত পদ খালী

0 comments
প্ৰকাশিত তাৰিখঃ ১৯ ডিচেম্বৰ’ ২০১৭

অসম চৰকাৰৰ স্বাস্থ্য সঞ্চালকালয়ত খালী হোৱা পদ পূৰাবলৈ অৰ্হতা সম্পন্ন প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিছে। ইচ্ছুক আৰু অৰ্হতা সম্পন্ন প্ৰাৰ্থীয়ে উক্ত পদত নিযুক্তিৰ বাবে আবেদন কৰিব পাৰে। আবেদনৰ অন্তিম তাৰিখঃ ৩ জানুৱাৰী’ ২০১৮।

খালী হোৱা পদৰ বিৱৰণঃ

পদৰ নামঃ নৈশ চকিদাৰ

পদৰ সংখ্যাঃ ৪৬ টা

বয়সৰ পৰিসীমাঃ ১৮–৪৩ বছৰ (০১–০১–২০১৭) বিধি অনুযায়ী এছ চি/ এছ টি প্ৰাৰ্থীৰ বাবে ৫বছৰ ৰেহাইৰ ব্যৱস্থা আছে।

দৰমহাৰ নিৰিখঃ মাহিলি ১২০০০–৩৭৫০০ টকা, গ্ৰেড পে’ ৩৯০০ টকা

শিক্ষাগত অৰ্হতাঃ অষ্টম শ্ৰেণী উত্তীৰ্ণ।

পদৰ নামঃ ৱাৰ্ড বয়

পদৰ সংখ্যাঃ ১৪১ টা

পদৰ নামঃ ৱাৰ্ড গাৰ্ল

সবিশেষ জানিবৰ বাবে চাওঁক >> << ক্লিক কৰক >>

No comments:

Post a Comment