Thursday, December 14, 2017

আৰ্মি পাব্লিক স্কুলত পদ খালী

0 comments
প্ৰকাশিত তাৰিখঃ ১৪ ডিচেম্বৰ’ ২০১৭

ভাৰতৰ ১৩৭খন আৰ্মি পাব্লিক স্কুলত খালী হোৱা পদ পূৰাবলৈ ‘আৰ্মি ৱেলফেয়াৰ এডুকেচন ছ’চাইটি’য়ে ভাৰতীয় নাগৰিক প্ৰাৰ্থীৰ পৰা আবেদন পৰা বিচাৰিছে। অৰ্হতা সম্পন্ন প্ৰাৰ্থীসকলে উক্ত পদ সমূহত অনলাইনযোগে আবেদন কৰিব পাৰে। আবেদনৰ অন্তিম তাৰিখ অহা ২১ ডিচেম্বৰ’ ২০১৭।

পদৰ সবিশেষঃ

পদৰ নামঃ শিক্ষক

পদৰ সংখ্যাঃ ৮০০০ টা

(নিযুক্তি দিবলগীয়া বিষয়সমূহ ইংৰাজী, গণিত, বাণিজ্য, হিন্দী, সংস্কৃত, বুৰঞ্জী, ভূগোল, অৰ্থনীতি, ৰাজনীতি বিজ্ঞান, পদৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, জীৱ বিজ্ঞান, মনোবিজ্ঞান, কম্পিউটাৰ ছায়েন্স)  

শিক্ষাগত অৰ্হতাঃ ৫০% নম্বৰসহ যিকোনো স্নাতক ডিগ্ৰীধাৰী অথবা স্নাতকোত্তৰ ডিগ্ৰীধাৰী লগতে ৫০% নম্বৰসহ বি এড ডিগ্ৰীধাৰী হ’ব লাগিব।

লিখিত পৰীক্ষাৰ বাবে অসমৰ কেন্দ্ৰ কেইটা হ’ল– গুৱাহাটী, ডিব্ৰুগড়, যোৰহাট আৰু তেজপুৰ।  

অনলাইন আবেদনৰ বাবে চাওঁক >> << www.aps-csb.in >>

সবিশেষ জানিব বাবে চাওঁক >> << www.awesindia.com >>

No comments:

Post a Comment