Monday, November 13, 2017

ৰাজৰ্ষি সেন ডেকাৰ আত্মসমৰ্পন

0 comments
প্ৰকাশিত তাৰিখঃ ১৩ নৱেম্বৰ’ ২০১৭

চানডুবি নিউজ ডেক্স –

এসপ্তাহ ধৰি পলাতক অৱস্থাত থকা এ পি এচ চিৰ অন্যতম অভিযুক্ত তথা কংগ্ৰেছ দলৰ প্ৰাক্তন মন্ত্ৰী নীলমণি সেন ডেকাৰ পুত্ৰ ৰাজৰ্ষি সেন ডেকাই আজি আৰক্ষীৰ ওচৰত আত্মসমৰ্পন কৰে। অভিযুক্ত ডেকাক এই মুহুৰ্তত কাহিলিপাৰাস্থিত চতুৰ্থ অসম আৰক্ষী বেটেলিয়নৰ বিশেষ কাৰ্যালয়ত ৰাখি জেৰা অব্যাহত ৰাখিছে।      

No comments:

Post a Comment