Tuesday, November 15, 2016

পৰ্যটন ক্ষেত্ৰত অন্য এক নতুন মাত্ৰা প্ৰদানৰ উদ্দেশ্যে অৰুণাচল চৰকাৰে ৰাজ্যখনৰ পৰ্যটন বিভাগ আৰু স্থানীয় প্ৰশাসনৰ সহযোগত যোৱা ২১, ২২ আৰু ২৩ অক্টোবৰত টাৱাং চহৰত উদ্‌যাপন কৰে “টাৱাং মহোৎসৱ”। তলত টাৱাং মহোৎসৱৰ বিভিন্ন দৃশ্য দেখা গৈছে।

0 comments

প্ৰকাশিত তাৰিখঃ ১৫ নবেম্বৰ, ২০১৬

আলোকচিত্ৰঃ হ’নী জৈন

[gallery link="file" columns="1" size="medium" ids="1656"]

[gallery link="file" columns="2" size="medium" ids="1644,1645,1646,1647,1648,1649,1650,1651,1652,1653,1654,1655"]

No comments:

Post a Comment