Sunday, August 28, 2016

আৰ্মি পাব্লিক স্কুল

0 comments

আৰ্মি পাব্লিক স্কুলত খালী হোৱা পদত নিযু্ক্তিৰ বাবে আগ্ৰহী আৰু অৰ্হতাসম্পন্ন প্ৰাৰ্থীৰ পৰা আবেদন পত্ৰ বিচাৰিছে।


পদঃবিষয় শিক্ষক
পদৰ সংখ্যাঃ৮০০০ টা
বয়সঃ৪০ বছৰৰ ভিতৰত
শিক্ষাগত অৰ্হতাঃস্নাতকোত্তৰ ডিগ্ৰী
আবেদন পদ্ধতিঃঅনলাইনযোগে
আবেদন মাচুলঃসকলো শ্ৰেণীৰ প্ৰাৰ্থীৰ বাবে ৬০০ টকা
আবেদনৰ অন্তিম দিনঃ১৩ ছেপ্টেম্বৰ, ২০১৬

No comments:

Post a Comment