Monday, August 15, 2016

বানৰ তাণ্ডৱ পাহাৰীয়া অঞ্চলতো! পশ্চিম গুৱাহাটী বিধানসভা সমষ্টিৰ অন্তৰ্গত কামৰূপ মেট্ৰ জিলাৰ অতি দূৰ্গম অঞ্চল নুমলিপথাৰ নামৰ কাৰ্বিজনগোষ্ঠীৰ বসতি প্ৰধান এখন গাঁও। উন্নয়নৰ কোনো নাম গোন্ধ নোহোৱা, বান কবলিত এই গাঁওখনৰ কেইখনমান ছবি বীৰেন্দ্ৰ ৰাভাৰ লেন্সত।

1 comments

প্ৰকাশিত তাৰিখঃ ১৫ আগষ্ট, ২০১৬

[gallery columns="1" size="medium" ids="1400"]
[gallery columns="2" size="medium" ids="1401,1402,1403,1404,1405,1406"]

1 comment: