Sunday, August 28, 2016

অইল ইণ্ডিয়া লিমিটেড

1 comments

অইল ইণ্ডিয়া লিমিটেডত খালী হোৱা পদত নিযু্ক্তিৰ বাবে আগ্ৰহী আৰু অৰ্হতাসম্পন্ন প্ৰাৰ্থীৰ পৰা আবেদন পত্ৰ বিচাৰিছে।


পদসমূহঃড্ৰিলিং ইঞ্জিনীয়াৰ
পদৰ সংখ্যাঃ১০ টা
দৰমহাৰ নিৰিখঃ৭৮,৫০০ টকা (ঠিকা ভিত্তিত)
শিক্ষাগত অৰ্হতাঃবি ই/ বি টেক
আবেদন পঠোৱাৰ ঠিকনাঃচেণ্টাৰ অৱ এক্সেলেঞ্চ ফৰ এনাৰ্জি ষ্টাডিজ, ৰুক্মিণীগাঁও, জি এছ ৰোড, গুৱাহাটী – ৭৮১০২২
আবেদনৰ অন্তিম দিনঃ ৭ চেপ্টেম্বৰ, ২০১৬
অধিক জানিবৰ বাবে চাওকঃwww.oil-india.com

1 comment: